Trident
Ёбнули совок, ёбнем и рашку
★★★★★
- Joined
- Sep 26, 2023
- Posts
- 103,216
- Online time
- 5d 13h
Bhawanipur Road Accident: CCTVত বন্দী বজালীৰ ভৱানীপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ পোহৰলৈ আহিছে নতুন তথ্য! ঘটনাক লৈ নাজমাৰ পৰিয়ালৰ বিস্ফোৰক অভিযোগ!
অধিবক্তা নাজমাৰ লগতে কলিতে মৰহিল আন এটি জীৱন। নাজমা আছিল ৩ মাহৰ গৰ্ভৱতী। নাজমাৰ সৈতে মৃত্যু হ'ল নাজমাৰ গৰ্ভত থকা এটি ভ্ৰুণৰ।





